তেওঁৰ-মৃত্যুত-আমি-শোকাৰ্ত-যদিও-তেওঁৰ-জীৱনটো-এক-উৎসৱ--গণপতি-বাল-যাদৱ-১৯২০-২০২১

Sangli, Maharashtra

Apr 24, 2021

তেওঁৰ মৃত্যুত আমি শোকাৰ্ত যদিও তেওঁৰ জীৱনটো এক উৎসৱ- গণপতি বাল যাদৱ (১৯২০-২০২১)

১০১ বৰ্ষীয় বয়োবৃদ্ধ লোকজন ভাৰতৰ অন্তিম জীৱিত স্বাধীনতা সংগ্ৰামীসকলৰ মাজৰ এজন আছিল। ১৯৪৩ৰ বিপ্লৱৰ সময়ত চাংলি জিলাৰ তুফান সেনানীৰ তেওঁ গোপন বাৰ্তাবাহক আছিল। জীৱনৰ শেষৰ মাহকেইটালৈকে তেওঁৰ যাতায়তৰ সাৰথি আছিল এখন চাইকেল

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।