বাডাকাৰাত-এতিয়া-জালত-নুঠে-জাক-জাক-ছাৰ্দিন-মাছ

Kozhikode, Kerala

May 22, 2023

বাডাকাৰাত এতিয়া জালত নুঠে জাক জাক ছাৰ্দিন মাছ

কেৰালাৰ মৎস্য উদ্যোগৰ ক্ষেত্ৰখনত আটাইতকৈ গুৰুত্বপূৰ্ণ মাছবিধেই হৈছে ছাৰ্দিন। কোঝিকোড় জিলাৰ এই বন্দৰটোত লাহে লাহে বিশেষ সামুদ্ৰিক মাছবিধৰ পৰিমাণ কমি আহিবলৈ লোৱাত এতিয়া শংকিত হৈ পৰিছে ইয়াত কৰ্মৰত মাছ উঠোৱা-নমোৱাৰ কাম কৰা লোকসকল

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Editor

Riya Behl

ৰিয়া বেহল এগৰাকী মাল্টিমিডিয়া সাংবাদিক। তেওঁ লিংগ আৰু শিক্ষা বিষয়ক প্ৰতিবেদন যুগুতায়। পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া‌ চমুকৈ পাৰিৰ প্ৰাক্তন জ্যেষ্ঠ সহকাৰী সম্পাদক হিচাপে তেওঁ শিক্ষাকৰ্মীৰ সৈতে লগ লাগি শিক্ষাৰ্থীৰ মাধ্যমেৰে পাৰিক শ্ৰেণীকোঠালৈ লৈ যোৱাৰ কাম কৰিছিল।

Student Reporter

Mufeena Nasrin M. K.

মুফীনা নাছৰিন এম.কে. আজীম প্ৰেমজী বিশ্ববিদ্যালয়ৰ উন্নয়ন বিষয়ৰ স্নাতকোত্তৰ চুড়ান্ত বৰ্ষৰ ছাত্ৰী।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।