kulwinder-kaur-from-lawbreaker-to-lawmaker-as

-, Punjab

Jun 24, 2024

কুলৱিন্দৰ কৌৰঃ আইন ভংগকাৰীৰ পৰা আইন প্ৰণেতালৈ?

হিমাচল প্ৰদেশৰ মাণ্ডী লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ কংগনা ৰানাৱট আৰু চণ্ডীগড় বিমান বন্দৰত কৰ্তব্যৰত চি.আই.এছ.এফ.ৰ মহিলা কনিষ্টবল কুলৱিন্দৰ কৌৰৰ সেই চৰ কাণ্ডৰ পিছতে সমগ্ৰ দেশতে পুনৰ প্ৰতিধ্বনিত হৈছে পাঞ্জাৱৰ কোঁহে কোঁহে সোমাই থকা সেই প্ৰতিবাদী সত্তা

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Vishav Bharti

বিষৱ ভাৰতী চণ্ডীগড়ৰ এগৰাকী সাংবাদিক, তেওঁ যোৱা দুটা দশক ধৰি পাঞ্জাৱৰ কৃষি সংকট আৰু কৃষকৰ প্ৰতিৰোধৰ ধাৰা লিপিবদ্ধ কৰি আহিছে।

Editor

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Illustration

Antara Raman

অন্তৰা ৰমন এগৰাকী চিত্ৰকৰ আৰু ৱেবছাইট ডিজাইনাৰ। সামাজিক প্ৰক্ৰিয়া আৰু ৰূপকথামূলক চিত্ৰকল্পৰ প্ৰতি তেওঁৰ আগ্ৰহ আছে। বেংগালুৰুৰ সৃষ্টি ইনষ্টিটিউট অৱ আৰ্ট, ডিজাইন আৰু টেকনলজিৰ স্নাতক অন্তৰা ৰমনে বিশ্বাস কৰে যে কাহিনীৰ কথকতাৰ পৃথিৱীখন আৰু সচিত্ৰকৰণ, দুয়োটা পৰস্পৰৰ সহযোগী।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।